danewsplus.com
danewsplus.com

প্ৰথমবাৰৰ বাবে মিছ আমেৰিকা খিতাপ অৰ্জন কোৰিয়া- আমেৰিকান মহিলাৰ

0 420

ডিজিটেল ডেস্কঃ২০২১ চনৰ মিছ আমেৰিকা খিতাপ অৰ্জন কৰি ইতিহাস ৰচনা কৰিলে এমা ব্ৰোয়ল্চে। ১০০ বছৰীয়া ইতিহাসত এই খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী কোৰিয়া-আমেৰিকান আৰু আলাস্কা নিৱাসী এমা ব্ৰোয়ল্চ। এমাই শুক্ৰবাৰে এছ’চিয়েটেড প্ৰেছৰ আগত কয় যে, “মিছ আমেৰিকাতো বাদেই দিয়ক,মই মিছ আলাস্কাৰ খিতাপ অৰ্জন কৰিম বুলিও ভৱা নাছিলো।” এমাৰ এই সাফল্যত এতিয়া সমগ্ৰ আলাস্কাবাসী গৌৰাৱান্বিত।

Leave A Reply

Your email address will not be published.