danewsplus.com
danewsplus.com

ক’ৰোনাৰ বাবে পিছুৱাই দিয়া হ’ল মিছ ৱৰ্ল্ড প্ৰতিযোগিতা

0 310

ডিজিটেল ডেস্কঃপ’ৰ্ট’ ৰিকোত অনুষ্ঠিত হ’বলগীয়া মিছ ৱৰ্ল্ড ২০২১ প্ৰতিযোগিতাত এতিয়া ক’ৰোনাৰ আতংক। কেইবাগৰাকী প্ৰতিযোগীৰ লগতে আয়োজক কমিটীৰো কেইবাজনো সদস্য ক’ভিডত আক্ৰান্ত হোৱাত কৰ্তৃপক্ষই পিছুৱাই দিয়ে ৭০ সংখ্যক মিছ ৱৰ্ড প্ৰতিযোগিতাৰ চূড়ান্ত ৰাউণ্ড।

ভাৰতৰ প্ৰতিনিধি মনসা বাৰানসীও আক্ৰান্ত ক’ভিডত। ২০২০ চনৰ মিছ ইণ্ডিয়াৰ খিতাপ দখল কৰিছিল মনসাই। ৯০ দিনৰ ভিতৰত ঘোষণা কৰিব প্ৰতিযোগিতাৰ পৰৱৰ্তী দিন।

Leave A Reply

Your email address will not be published.