danewsplus.com
danewsplus.com

যোৰহাটৰ ক’ত চলিছে কুকুৰৰ ৰমৰমীয়া চোৰাং ব্যৱসায়?

0 219

ডিজিটেল ডেস্কঃ যোৰহাটতত উদ্ধাৰ কৰা হৈছে কেইবাটাও চুৰি কুকুৰ ৷ পুলিবৰৰ চগুৰি গাঁৱৰ পৰা আৰক্ষীৰ এটা দলে উদ্ধাৰ কৰে ২৪টা চুৰি কুকুৰ ৷ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই গাঁওখনৰ তিনিজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰে এই কুকুৰকেইটা ৷

আৰক্ষীয়ে আটক কৰে ডকে দলে নামৰ এজন লোকক ৷ অভিযানৰ মাজতে পলায়ন কৰে উকৰাম দলে আৰু গণেশ দলে নামৰ লোক দুজনে ৷ এই লোক দুজনে কুকুৰ চুৰি কৰি সৰবৰাহ কৰি আছিল নাগালেণ্ডৰ মন জিলালৈ ৷

Leave A Reply

Your email address will not be published.