danewsplus.com
danewsplus.com

গ্ৰুপ কেপ্তেইন বৰুণ সিঙৰ দেহাৱসান

0 748

ডিজিটেল ডেস্ক: ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত গ্ৰুপ কেপ্তেইন বৰুণ সিঙে অৱশেষত ১৫ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। যোৱা এসপ্তাহে মৃত্যুৰে যুঁজিছিল বৰুণ সিঙে।

বেংগালুৰুৰ কামাণ্ড হাস্পতালৰ ICU ত চিকিৎসাধীন অৱস্থাত আছিল গ্ৰুপ কেপ্তেইন গৰাকী। ৮ ডিচেম্বৰৰ পৰা লাইফ ছাপোৰ্ট চিষ্টেমত আছিল বৰুণ সিঙ।

Leave A Reply

Your email address will not be published.