danewsplus.com
danewsplus.com

ৰঙিয়াৰ এজন যুৱলৈ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা

0 129

ডিজিটেল ডেস্কঃ ৰঙিয়াস্থিত মোবাৰক ইছলাম নামৰ এজন যুৱকে আজুৰি আনিবলৈ সক্ষম হৈছে এক বিশেষ সন্মান। গুৱাহাটীৰ জ‍্যোতিচিত্ৰবনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত নেবকাছৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে 2021 বৰ্ষৰ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা।

ৱাইল্ড লাইফ ফটোগ্ৰাফি বাদুলীৰ এখন বিশেষ ফটোৰ বাবে মোবাৰক ইছলামক প্ৰদান কৰা হৈছে এই বঁটা। উল্লেখ্য যে বঁটা লাভ কৰা ইছলামে ফটোগ্ৰাফি সম্পৰ্কে গ্ৰহণ কৰা নাই কোনো আনুষ্ঠানিক শিক্ষা। নিজৰ আগ্ৰহ আৰু অধ‍্যাবসায়ৰে আগুৱাই আহিছে ফটোগ্ৰাফাৰ মোবাৰক ইছলাম।

Leave A Reply

Your email address will not be published.