danewsplus.com
danewsplus.com

যোৰহাটত পঞ্চায়ত সভাপতিৰ ঘৰে ঘৰে মন্ত্ৰী ৰঞ্জীত দাস

0 191

ডিজিটেল ডেস্ক: যোৰহাটত পঞ্চায়ত সভাপতিৰ ঘৰে ঘৰে মন্ত্ৰী ৰঞ্জীত দাস। ঘৰত গৈ গামোচাৰে মন্ত্ৰী গৰাকীয়ে আদৰিছে পঞ্চায়তৰ কৰ্মী সকলক।

যোৰহাটৰ ঢেকৰ গঢ়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ৪৩ নং গাঁও পঞ্চায়তৰ সভাপতি লখিমী গোস্বামীৰ বাসগৃহত উপস্থিত হৈছে মন্ত্ৰীগৰাকী। লক্ষণীয় ভাৱে পুৱাই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জীত দাস উপস্থিত হৈছে গৈ এই গৰাকী পঞ্চায়ত প্ৰতিনিধিৰ ঘৰত। আদৰণি জনাইছে সভাপতি লখিমী গোস্বামীক।

উদ্দেশ্য এটাই সফল ভাবে পঞ্চায়ত চলাই নিয়া পঞ্চায়ত কৰ্মী সকলক উৎসাহ জনোৱা।কৰ্মী সকলেও মন্ত্ৰী জনক কাষত পাই উৎফুল্লিত হৈ পৰাৰ লগতে ব্যক্ত কৰে বিভিন্ন অভাৱ অভিযোগৰ প্ৰসংগ।

Leave A Reply

Your email address will not be published.