danewsplus.com
danewsplus.com

পুনৰ ক’ভিডৰ তৃতীয় ঢৌৱে ত্ৰাসৰ সৃষ্টি কৰিব নেকি ভাৰতত?

0 235

ডিজিটেল ডেস্ক: SARS-CoV2 ৰ নতুন প্ৰকাৰ অ’মিক্ৰণে ফেব্ৰুৱাৰী মাহৰ পৰা ভাৰতত ক’ভিডৰ তৃতীয় ঢৌৰ সৃষ্টি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মতপ্ৰকাশ কৰে IIT ৰ বিজ্ঞানী মনিন্দ্ৰ আগৰৱালে।

ক’ভিড-19 ৰ গতিপথৰ গাণিতিক প্ৰক্ষেপণৰ সৈতে জড়িত হৈ আছে এইগৰাকী বিজ্ঞানী। ফেব্ৰুৱাৰীৰ পৰা দেশত প্ৰতিদিনে ১-১.৫ লাখ লোক অ’মিক্ৰণত আক্ৰান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও সদৰি কৰে বিজ্ঞানীজনে। কিন্তু ই দ্বিতীয় ঢৌতকৈ মৃদু হ’ব।

দেশৰ সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে: “With the new variant, our current forecast is that the country could see the third wave by February but it will be milder than the second wave. So far we have seen that the severity of Omicron is not like the one seen in the Delta variant.”

Leave A Reply

Your email address will not be published.