danewsplus.com
danewsplus.com

অসম চৰকাৰৰ ২৩ জন সাহিত্যিকলৈ পেন্সন ঘোষণা

0 149

ডিজিটেল ডেস্ক: অসম চৰকাৰে ৰাজ্যখনৰ ২৩ জন বিশিষ্ট সাহিত্যিকক প্ৰদান কৰিব ২০২১ বৰ্ষৰ সাহিত্যিক পেন্সন।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৭ ডিচেম্বৰ তাৰিখে সাহিত্য একাডেমী বিজয়ী হোমেন বৰগোহাঁইৰ জন্ম জয়ন্তীত প্ৰদান কৰা হ’ব এই পেন্সন।

ধেমাজিত শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে  এই পেন্সন লাভ কৰা ব্যক্তিসকলৰ নাম ঘোষণা কৰে। সেইসকলৰ ভিতৰত আছে-

জ্যোতিলাল চৌধুৰী
ডঃ অনিল ডেকা
লিনাথ পাংগিং
দিলীপ কুমাৰ শৰ্মা
মাখনলাল বাৰোই
মানিকলাল মহাতো
বিনোদ ভাগৱতী
উৎপল দত্ত
নবীন বৰুৱা
ৰাজেন্দ্ৰ শৰ্মা
দীপাংকৰ ৰঞ্জন কৌৰ
তুষাৰকান্তি সাহা
তপন দাস
নীলমোহন ৰায়
লক্ষিহিৰা দাস
বিশ্বেশ্বৰ বসুমতৰী
অৰবিন্দ উজীৰ
মঙ্গলসিং বে’
বনেশ্বৰ বসুমতাৰী
ডঃ মঙ্গল সিং হাজোৱাৰী
ৰঞ্জু হাজৰীকা
লক্ষীকান্ত দাস
নবীন মল্ল বড়ো

Leave A Reply

Your email address will not be published.