danewsplus.com
danewsplus.com

পদ্মশ্ৰী,কথাশিল্পী ইমৰাণ শ্বাহলৈ বৰ অসম সমন্বয় বঁটা

0 358

ডিজিটেল ডেস্কঃঅসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহক চলিতবৰ্ষৰ “বৰ অসম সমন্বয় বঁটা” প্ৰদান কৰা হৈছে। লক্ষিমপুৰ জিলা জাতীয়তাবাদী যুৱ পৰিষদে এক অনুষ্ঠানৰ জৰিয়তে প্ৰদান কৰিছে এই বঁটা।

উল্লেখ্য যে, প্ৰতিবছৰে “অসম দিৱস”ত সমাজ জীৱনলৈ অৱদান আগবঢ়াই অহা একোগৰাকী বৰেণ্য ব্যক্তিলৈ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লক্ষিমপুৰ সমিতিয়ে এই বঁটা প্ৰদান কৰি আহিছে। এই সন্মান লাভ কৰি অত্যন্ত সুখী অনুভৱ কৰিছে বিশিষ্ট কথাশিল্পীজনে।

Leave A Reply

Your email address will not be published.