danewsplus.com
danewsplus.com

অভিযোগৰ আৱৰ্তত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

0 103

ডিজিটেল ডেস্ক:পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে উত্থাপিত হৈছে এক বিশেষ অভিযোগ। ভাৰতীয় জনতা পাৰ্টিৰ মুম্বাইৰ সচিব বিবেকানন্দ গুপ্তাই বুধবাৰে এখন সংবাদমেলত ৰাষ্ট্ৰীয় সংগীতক অসন্মান কৰাৰ বাবেই এজাহাৰ দাখিল কৰিছে মমতা বেনাৰ্জীৰ বিৰুদ্ধে। অভিযোগ মৰ্মে মমতা বেনাৰ্জীয়ে সংবাদমেলনত ৰাষ্ট্ৰীয় সংগীত থিয় নোহোৱাকৈ আৰু অসম্পূৰ্ণকৈ পৰিৱেশন  কৰে।

বিবেকানন্দ গুপ্তাই মুম্বাই আৰক্ষী আয়ুক্তৰ ওচৰত ইমেইলযোগে এজাহাৰ দাখিল কৰি লিখে যে: “Mamata Banerjee, who during her visit to Mumbai in a programme, started to sing the national anthem while in a sitting position, and thereafter stood up, and after four or five verses abruptly stopped the national anthem.This act of Ms. Mamata Banerjee, of abruptly stopping the national anthem, amounts to showing utter disrespect to the national anthem, and thus she committed an offense under section 3 of the prevention of insults to National Honour Act, 1971. Her act also goes against the order of the Home Ministry of 2015.”

কেইবাটাও ৰাজনৈতিক দল আৰু নেতাই বেনাৰ্জীক তেওঁৰ কাৰ্যৰ বাবে সমালোচনা কৰে। বিজেপি নেতা অমিত মালৱীয়ো টুইটাৰ যোগে এই ঘটনাৰ সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰে। বিজেপি বেংগলে টুইটাৰ যোগে লিখে যে “Mamata Banerjee was sitting down at first then stood up and stopped singing the national anthem of India halfway. Today, as a Chief Minister, she has insulted the culture of Bengal, the national anthem and the country, and the Gurudev Rabindranath Tagore!”

Leave A Reply

Your email address will not be published.