danewsplus.com
danewsplus.com

OTT প্লেটফৰ্মে ছবিগৃহসমূহত ব্যাপক প্ৰভাৱ পেলাইছে:আফতাব শিৱদাসনী

0 172

ডিজিটেল ডেস্ক: ক’ভিড পৰিস্থিতিৰ পিছত চিনেমা হল সমূহ পুনৰ মুকলি হৈছে, আৰু চলচ্চিত্ৰসমূহ মুক্তিৰ বাবে শাৰী পাতি আছে। কিন্তু অভিনেতা আফতাব শিৱদাসনীয়ে অনুভৱ কৰে যে OTT প্লেটফৰ্মসমূহে এতিয়া ছবিগৃহৰ ওপৰত প্ৰভাৱ পেলাইছে। অভিনেতাজনে কৈছে যে বৰ্তমান দৰ্শকসকল ছবিগৃহত ছবি উপভোগ কৰিবলৈ খুব কমেই আহে। ৱেব চিৰিজ আৰু OTT প্লেটফৰ্মসমূহৰ প্ৰতি দৰ্শকসকল বেছি আগ্ৰহী।

অভিনেতাজনে কৈছে যে: “Cinemas are slowly starting. They have been ruling the entertainment field for years. You cannot write it off. They give you an experience that OTTs cannot give you. Having said that I think that OTTs will eat into a little bit of business of cinemas. People are now so used to watching content at home.”

শেহতীয়াকৈ চিনেমাগৃহত মুক্তি পোৱা অক্ষয় কুমাৰ অভিনীত সূৰ্যবংশীৰ উদাহৰণ দাঙি ধৰি শিৱদাসনীয়ে কয় যে কেৱল ডাঙৰ ছবিয়েহে দৰ্শকক চিনেমাগৃহলৈ আকৰ্ষিত কৰিব পাৰিব।

অভিনেতাজনে দর্শকসকলক উদ্দেশ্যি এইবুলিও মতপ্ৰকাশ কৰে যে: “They have been watching those films for year and half at home. They will be okay to wait for those films to the OTT after a couple of weeks or a month. That might affect the box office business.”

Leave A Reply

Your email address will not be published.