danewsplus.com
danewsplus.com

ভাৰতত এদিন আগতে মুক্তি পাব “স্পাইডাৰ মেন: নো ৱে হোম'”

0 129

ডিজিটেল ডেস্ক: সৰ্বাধিক প্ৰতীক্ষিত ছবি “স্পাইডাৰ মেন: নো ৱে হোম”, ১৬ ডিচেম্বৰত ভাৰতীয় ছবিগৃহত মুক্তি দিয়া হ’ব।সমগ্ৰ বিশ্বতে ১৭ ডিচেম্বৰত মুক্তি পাবলগীয়া  ছবিখন ভাৰতত এদিন আগতে মুক্তি দিয়াৰ কথা উল্লেখ কৰে। উল্লেখ্য যে, এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ ভাৰতীয় অনুৰাগীসকলে এদিন আগতে ছবিখন চাবলৈ সুযোগ পাব।

চনি পিকচাৰ্ছ ইণ্ডিয়াই টুইটাৰ যোগে কয় যে,
“We have some interesting news for all the Spider-Man & Marvel fans! Our favorite superhero will be swinging in one day earlier than the US! Catch #SpiderManNoWayHome on December 16 in English, Hindi, Tamil & Telugu,” tweeted Sony Pictures India.”

Leave A Reply

Your email address will not be published.