danewsplus.com
danewsplus.com

কভিডৰ বাবে নিউয়ৰ্কত জৰুৰীকালীন অৱস্থা ঘোষণা

0 168

ডিজিটেল ডেস্ক: নিউয়ৰ্কৰ গৱৰ্ণৰ কেথি হচুলে শুকুৰবাৰে ৰাজ্যখনত ক’ভিডৰ ব্যাপক প্ৰসাৰ আৰু নতুন ভেৰিয়েন্ট অমাইক্ৰনৰ ভয়াবহতাৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।

টুইটাৰ যোগে কেথি হচুলে কয়,”We continue to see warning signs of spikes in COVID this winter, and while the new Omicron variant has yet to be detected in New York State, it’s coming. Today I signed an Executive Order to help @HealthNYGov boost hospital capacity ahead of potential spikes. Through this action, we will also be able to acquire critical supplies more quickly to combat the pandemic.”

তথ্য অনুসৰি, নিউয়ৰ্কত শুকুৰবাৰে কভিড-১৯ৰ  ৬,২৯৫ টা পজিটিভ ঘটনা ধৰা পৰে আৰু ২৮ জনে মৃত্যুক সাৱটি লয়। কিন্তু এতিয়ালৈকে নতুন ভেৰিয়েন্ট অমাইক্ৰনত কোনো লোক আক্ৰান্ত হোৱা নাই।

বিশ্ব স্বাস্থ্য সংস্থাই এই ভেৰিয়েন্টটোক “variant of concern” বুলি ঘোষণা কৰে আৰু সকলোকে সতৰ্ক কৰি কয় যে, এই ভেৰিয়েন্টটো পূৰ্বৰ ভেৰিয়েন্টসমূহৰ পৰিৱৰ্তিত ৰূপ আৰু ইয়াৰ ভয়াৱহতাও পূৰ্বতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে।

শুকুৰবাৰে বিশ্ব স্বাস্থ্য সংস্থাই এক প্ৰতিবেদনত প্ৰকাশ কৰে যে,”This variant has a large number of mutations, some of which are concerning. Preliminary evidence suggests an increased risk of reinfection with this variant, as compared to other VOCs. The number of cases of this variant appears to be increasing in almost all provinces in South Africa.”

Leave A Reply

Your email address will not be published.