danewsplus.com
danewsplus.com

ইতিহাস সৃষ্টি এণ্টাৰ্কটিকাৰ আইচ ৰানৱেত, প্ৰথমবাৰৰ বাবে অৱতৰণ এয়াৰবাছ এ340

0 136

ডিজিটেল ডেস্কঃবৰফৰ দেশ এণ্টাৰ্কটিকাত প্ৰথম বাৰৰ বাবে অৱতৰণ কৰিলে এয়াৰ বাছৰ বাণিজ্যিক বিমানে। দক্ষিণ ভাৰতৰ কেপটাউনৰ পৰা ৪,৫০৬ কিলোমিটাৰ অতিক্ৰম কৰি এণ্টাৰ্কটিকাৰ ৩,০০০ মিটাৰ দীঘল বৰফৰ ৰানৱেত উপনীত হয় বিমানখন। কোনো প্ৰকৃত বিমানবন্দৰ নথকাৰ স্বত্বেও জেষ্ঠ পাইলট কাৰ্লোছ মিৰপিড়ি আৰু তেঁওৰ কৰ্মচাৰীয়ে বিপদসংকূল যাত্ৰা নেওচি সফলভাৱে অৱতৰণ কৰে বিমানখন।

কেমেৰাত বন্দী হোৱা বিমান অৱতৰণৰ নান্দনিক দৃশ্যই এতিয়া তোল-পাৰ লগাইছে সামাজিক মাধ্যম। এই বিমান অৱতৰণৰ জৰিয়তে আগন্তুক সময়ত এণ্টাৰ্কটিকা পৰ্যটনৰ বাবে আশাৰ বাৰ্তা কঢ়িয়াই আনিব বুলি আশাৰ বাৰ্তা কঢ়িয়াই আনিব বুলি আশা কৰিছে বিশ্ববাসীয়ে।

Leave A Reply

Your email address will not be published.