danewsplus.com
danewsplus.com

২৯ নৱেম্বৰৰ পৰা দিল্লীৰ স্কুল-কলেজত পুনৰ আৰম্ভ হ’ব পাঠদান

0 539


ডিজিটেল ডেস্ক: দিল্লীত বায়ুৰ মানদণ্ড উন্নত হোৱা দেখা গৈছে আৰু সেয়েহে দিল্লী চৰকাৰে ২৯ নৱেম্বৰৰ পৰা স্কুল-কলেজসমূহৰ শাৰীৰিক পাঠদান পুনৰ মুকলি কৰাৰ সিদ্ধান্ত লৈছে। দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে সংবাদ মাধ্যমৰ আগত এইকথা সদৰি কৰিছে।

অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে দিল্লীৰ সাম্প্ৰতিক প্ৰদূষণ পৰিস্থিতিৰ ওপৰত এক পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত কৰিছিল। উক্ত বৈঠকত উপস্থিত থকা বিশেষজ্ঞসকলে বিদ্যালয়- মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহত শাৰীৰিক পাঠদান আৰম্ভ কৰাৰ নিৰ্দেশনা প্ৰদান কৰে

Leave A Reply

Your email address will not be published.