danewsplus.com
danewsplus.com

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী

0 201

ডিজিটেল ডেস্কঃ ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী ৷ আজিৰ দিনটোতে যোৱা বছৰ ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল তৰুণ গগৈয়ে ৷ ৰাজ্যবাসী আৰু কংগ্ৰেছে স্মৰণ কৰিছে ভূতপূৰ্ব মুখ্যমন্ত্ৰীজনক ৷

আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ চলিত মাহতে মৰণোত্তৰভাৱে তৰুণ গগৈলৈ আগবঢ়োৱা হৈছিল পদ্ম ভূষণ সন্মান ৷

Leave A Reply

Your email address will not be published.