danewsplus.com
danewsplus.com

“Aankh Micholi” ৰ মুক্তিৰ তাৰিখ ঘোষণা

0 474

ডিজিটেল ডেস্ক: হিন্দী চলচ্চিত্ৰ ‘Aankh Micholi” ৰ নিৰ্মাতাসকলে ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে। ২০২২ চনৰ ১৩ মে’ত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে।

উমেশ শুক্লাৰ দ্বাৰা পৰিচালিত এই ছবিখনত অভিনয় কৰিছে পৰেশ ৰাৱাল, অভিমন্যু, মৃণাল ঠাকুৰ আৰু শৰমন যোশীকে আদি কৰি বহুকেইজন জনপ্ৰিয় কলা-কুশলীয়ে। OMG: Oh My God আৰু 102 Not Out ৰ পিছতেই “Aankh Micholi” হৈছে উমেশ শুক্লাৰ আন এখন হাস্যৰসধৰ্মী ছবি।ছবিখনৰ কাহিনী জিতেন্দ্ৰ পাৰমাৰৰ।

Sony Pictures Films India ই উমেশ শুক্লা আৰু আশীষ ৱাঘৰ সহযোগত ছবিখন প্ৰযোজনা কৰিছে। ছবিখনত সংগীতৰ কাম কৰিছে শচীন- জিগৰে।

Leave A Reply

Your email address will not be published.