danewsplus.com
danewsplus.com

পথ পাৰ হওঁতেই বাঢ়নি পানীত উটিল বাইকসহ আৰোহী

0 336

ডিজিটেল ডেস্কঃ এক শিহৰণকাৰী ঘটনা । পথ পাৰ হওঁতেই বাঢ়নি পানীত উটি গ’ল বাইকসহ আৰোহী ৷ বাঢ়নি পানীৰ সোঁতে বহু দূৰলৈকে উটুৱাই লৈ যায় বাইক আৰোহীজনক ৷ স্থানীয় লোকৰ তৎপৰতাত প্ৰাণ ৰক্ষা লোকজনৰ ৷

কৰ্ণাটকৰ টুমাকুৰুত ঘটিল এই শিহৰণকাৰী ঘটনা ৷ যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে কৰ্ণাটকৰ বিভিন্ন নদ-নদী ৷ বাঢ়নি পানীয়ে বুৰাই পেলাইছে বিভিন্ন অঞ্চল ৷ তাৰ মাজতে ঘটিল এই শিহৰণকাৰী ঘটনা ৷

Leave A Reply

Your email address will not be published.