danewsplus.com
danewsplus.com

নিউজীলেণ্ডৰ বিৰুদ্ধে টি-20 শৃংখলা দখল ভাৰতৰ

0 199


ডিজিটেল ডেস্কঃৰাঁচীত অনুষ্ঠিত টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত ৭ উইকেটত জয় লাভ টীম ইণ্ডিয়াৰ। নিউজীলেণ্ডে ২০ অ’ভাৰত ১৫৩ ৰান সংগ্ৰহ কৰে। তাৰ বিপৰিতে ১৭.২ অ’ভাৰত বিজয় সাব্যস্ত ভাৰতৰ।

কে এল ৰাহুল-ৰোহিত শৰ্মাৰ বিস্ফোৰক অৰ্ধশতকৰ সৈতে অতি সহজেই লক্ষ্যত উপনীত হয় টিম ইণ্ডিয়া। খেল খনত ‘প্লেয়াৰ অব দ্য মেচ’ লাভ কৰে হৰ্ষল পেটেলে। ৪ অভাৰত ২৫ ৰান দি ২ দুটা উইকেট দখল পেটেলৰ। ২১ নৱেম্বৰত কলকাতাত অনুষ্ঠিত হ’ব শৃংখলাৰ অন্তিম খন মেচ।

Leave A Reply

Your email address will not be published.