danewsplus.com
danewsplus.com

মাজুলীবাসীক কি উপহাৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

0 319

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ভিন্ন ঠাইত এতিয়া ৰাসৰ ৰং-আনন্দ ৷ দুদিনীয়া কাৰ্যসূচীৰে মাজুলী ভ্ৰমণ কৰি থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিশা মাজুলীত চালে চাৰিখন ৰাস ৷ ৰাস চাই আপ্লুত হ’ল মুখ্যমন্ত্ৰী ৷ নিশাটো কটালে কিৰণ পায়েঙৰ চাংঘৰত ৷ সোৱাদ ল’লে মিচিং খাদ্য সম্ভাৰৰ ৷

শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে জলজীৱন মিছনৰ ৩০ কোটি টকীয়া এটা প্ৰকল্প ৷ তেওঁ কয় যে ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব যোৰহাট-মাজুলী দলঙৰ কাম ৷ ইয়াৰ বাবে চৰকাৰে ২ কোটি ৬০ লাখ টকা মোকলাই দিব চৰকাৰে ৷ ৪ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব এই দলং ৷

Leave A Reply

Your email address will not be published.