danewsplus.com
danewsplus.com

‘অসম আন ৰাজ্যৰ দৰেই ভাৰতৰ অংগ, এনে ধৰণৰ মন্তব্য বন্ধ কৰা উচিত’- ৰিয়ান পৰাগ

0 279

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় টেলিভিশ্বন শ্ব’ ‘ডান্স দিৱানে’ত ঘোষক ৰাঘৱ জুৱেলে অসমৰ ডান্সাৰ গুঞ্জন সিন্হাক উদ্দেশ্যি কৰা মন্তব্য বৰ্তমান সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।

ৰাঘৱ জুৱেলৰ মন্তব্যত অসমৰ উদীয়মান ক্ৰিকেটাৰ ৰিয়ান পৰাগে টুইট যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ৰিয়ান পৰাগে কয় যে, অসম আন ৰাজ্যৰ দৰে ভাৰতৰ এটা অংশ , এনে ধৰণৰ মন্তব্য বন্ধ কৰা উচিত। অৱশ্যে এই সম্পৰ্কত ইতিমধ্যেই স্পষ্টীকৰণ দিছে ৰাঘৱে।

Leave A Reply

Your email address will not be published.