danewsplus.com
danewsplus.com

টি-২০ বিশ্বকাপত জয়ী হোৱা অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰৰ ব্যতিক্ৰমী বিজয় উল্লাস

0 390


ডিজিটেল ডেস্কঃ ডুবাইত অনুষ্ঠিত টি-২০ বিশ্বকাপত প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰে অষ্ট্ৰেলিয়াই৷ বিজয়ী দলটোৰ অন্যতম খেলুৱৈ মেথিউ ৱেড আৰু মাৰ্কাছ ষ্টইনিছে ব্যতিক্ৰমী ৰূপত উদযাপন কৰে এই বিজয়৷

বিজয়ৰ আনন্দত জোতাত বিয়েৰ বাকি সেৱন কৰে খেলুৱৈসকলে৷ পূৰ্বৰে পৰা অষ্ট্ৰেলিয়াত এই পৰম্পৰা চলি আহিছে৷ যি পৰম্পৰাক “Shoey” বুলি জনা যায়৷ International Cricket Council (ICC)এ “How’s your Monday going?” বুলি এই ভিডিঅ’ টুইটাৰ যোগে প্ৰকাশ কৰিছে৷ ইতিমধ্যে এই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷

Leave A Reply

Your email address will not be published.