danewsplus.com
danewsplus.com

ক’ভিডৰ তৃতীয় ঢৌৰে যুঁজিবলৈ সাজু ভাৰত

0 168

ডিজিটেল ডেস্কঃ ক’ভিডৰ তৃতীয় ঢৌৰে যুঁজিবলৈ সাজু ভাৰত। শিশুৰ বাবে ক’ভিড ভেকচিন কিনিব ভাৰতে। আহমেদাবাদৰ Zydus Cadilaৰে যোগানৰ চুক্তি। ZyCov-D নামৰ ভেকচিনবিধ ক্ৰয়ৰ বাবে ধন মঞ্জুৰ।

দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰদান কৰিছে যোগানৰ নিৰ্দেশ। প্ৰথম পৰ্যায়ত ১ কোটি ড’জ ক্ৰয় কৰিব ZyCov-D । প্ৰতিটো ড’জৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ২৬৫ টকা। সম্পূৰ্ণ বেজীবিহীন হ’ব শিশুৰ এই ভেকচিনবিধ।

Leave A Reply

Your email address will not be published.