danewsplus.com
danewsplus.com

‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি জে বি ল’ কলেজত আইনী সেৱা সপ্তাহ

0 375

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ জে বি ল’ কলেজত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত ‘আইনী সেৱা সপ্তাহ’ৰ অনুষ্ঠান ৷ ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি ৮ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছে এই অনুষ্ঠান ৷

এই উপলক্ষে আয়োজন কৰা হৈছে নানা কাৰ্যসূচীও ৷ মঙলবাৰে অনুষ্ঠিত হয় ‘মুট ক’ৰ্ট’ প্ৰতিযোগিতা ৷ এই অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ এল কোটেচৰ, প্ৰাক্তন ন্যায়াধীশ পি, কে শৰ্মা, মিতালী ঠাকুৰীয়াকে আদি কৰি কেইবাগৰাকীও আইনজীৱী ৷

Leave A Reply

Your email address will not be published.