danewsplus.com
danewsplus.com

এতিয়াৰে পৰা গুৱাহাটীত মন গ’লেও যিকোনো স্থানত পেলাব নোৱাৰিব পিক

0 452
  • মহানগৰীৰ সৌন্দৰ্যবৰ্ধনক লৈ বিশেষ তৎপৰতা
  • এতিয়াৰ পৰা যিকোনো ঠাইত বেনাৰ-পোষ্টাৰ লগোৱাত বাধা
  • GMCৰ অনুমতি নোহোৱাকৈ লগাব নোৱাৰিব পোষ্টাৰ
  • গুৱাহাটীৰ বিভিন্ন ঠাইত থু-পিক পেলোৱাক লৈ সাৱধানবাণী
  • নিয়ম ভংগ হ’লে কঠোৰ ব্যৱস্থা লৈ ৰুজু কৰিব গোচৰ
  • মহানগৰীক চাফ-চিকুণ কৰি ৰাখিবলৈ আয়ুক্তৰ অনুৰোধ
  • পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ সংবাদমেলত ঘোষণা
  • ঘৰৰ জাৱৰ দিবৰ বাবে যোগাযোগৰ নম্বৰ 73990 03003
  • অবৈধ পোষ্টাৰ লগোৱা, থু-পিক পেলোৱা লোকৰ ফটো আহ্বান
  • ফটো দিওঁতাক GMC কৰ্তৃপক্ষই প্ৰদান কৰিব ১ হাজাৰ টকা
  • GMC-এ অচিৰে মুকলি কৰিছে ৪টা WhatsAppন নম্বৰ
  • GMCক ফটো তুলি দিব পাৰিব তলৰ নম্বৰকেইটাত
  • 8811007000, 7399003001, 7399003002, 7399003004
  • বৰ্তমান লগাই থোৱা বেনাৰ-পোষ্টাৰ আঁতৰাবলৈ ১৫ দিন
  • বুধবাৰৰ পৰাই মহানগৰীত প্ৰযোজ্য হ’ব এই নিয়ম
  • শাস্তি বিহিব নতুন পথসেতুত জন্মদিনৰ পাৰ্টী পতাসকলৰ
  • সোমবাৰে জন্মদিনৰ পাৰ্টীত অংশগ্ৰহণ কৰিছিল একাংশই
  • আজিৰ পৰাই অসামাজিক কামৰ বিৰুদ্ধে ল’ব ব্যৱস্থা
  • GMC-এ গোচৰ ৰুজু কৰি আৰক্ষীৰ দ্বাৰা ল’ব ব্যৱস্থা
  • গুৱাহাটীক লেতেৰা কৰা লোকৰ বিৰুদ্ধে জৰিমনাৰ ব্যৱস্থা
  • পদপথত দোকান দিয়া নিবনুৱাৰ বাবে হ’ব ভেণ্ডিং জ’ন
  • গুৱাহাটীত সকলো ঠাইতে বহুৱাব নোৱাৰিব দোকান
  • বৰ্তমান থকা ২৪টাৰ পৰা বৃদ্ধি কৰা হ’ব ভেণ্ডিং জ’ন
  • ৰাজহুৱা প্ৰস্ৰাৱগাৰ বঢ়োৱাৰো লক্ষ্য GMCৰ আয়ুক্তৰ
  • বহু মল, চিনেমা হল, হাস্পতালৰ ৰাজহুৱা মাটিত পাৰ্কিং
  • ৰাজহুৱা মাটিৰ পাৰ্কিঙৰ ধন লোৱাসকলৰ ক্ষেত্ৰত হ’ব কঠোৰ
  • আজিৰ তাৰিখত গুৱাহাটীত ৫৪টা স্থায়ী পাৰ্কিং আছে
  • ইয়াৰে ৭টাকহে ধন ল’বলৈ অনুমতি প্ৰদান কৰা হৈছে
  • সংবাদমেলত ঘোষণা পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ
Leave A Reply

Your email address will not be published.