danewsplus.com
danewsplus.com

প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানিৰ জন্মদিন, ৯৪ বছৰত ভৰি দিলে আদৱানিয়ে

0 321

ডিজিটেল ডেস্কঃ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা বৰ্ষীয়ান বিজেপি নেতা লালকৃষ্ণ আদৱানিৰ আজি জন্ম দিন ৷ সোমবাৰে ৯৪ বছৰত ভৰি দিলে আদৱানিয়ে ৷ ১৯২৭ চনত পাকিস্তানৰ কৰাচীত জন্মগ্ৰহণ কৰিছিল আদৱানিয়ে ৷

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাসহ শীৰ্ষ নেতৃবৰ্গই জন্মদিনৰ শুভেচ্ছা জনায় আদৱানিক ৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ৰাষ্ট্ৰ এতিয়াও আদৱানিৰ ওচৰত ঋণী’ ৷

Leave A Reply

Your email address will not be published.