danewsplus.com
danewsplus.com

বিষাক্ত হৈ পৰিছে জীৱনদায়িনী ব্ৰহ্মপুত্ৰৰ পানী

0 519

ডিজিটেল ডেস্কঃ ৰাজ্যৰ নৈ-উপনৈসমূহে কঢ়িয়াইছে অশনি সংকেত ৷ বিষাক্ত হৈ পৰিছে ৰাজ্যৰ জলস্তৰ! ছিয়াং, জীয়াভৰলীৰ পিছত এইবাৰ বিষাক্ত হৈছে ৰাজ্যৰ প্ৰাণস্বৰূপ ব্ৰহ্মপুত্ৰও ৷ ঘোলা হৈছে জীৱনদায়িনী ব্ৰহ্মপুত্ৰৰ পানী। অস্বাভাৱিকভাৱে ক’লা হৈ পৰিছে পানীৰ ৰং। পানী ঘোলা আৰু বিষাক্ত হৈ পৰাত মৃত্যু হৈছে অসংখ্য জলজ প্ৰাণীৰ ৷

আক্ৰান্ত হৈছে নৈপৰীয়া জীৱকুল। ব্ৰহ্মপুত্ৰত গা ধুলেই দেখা দিছে চৰ্ম ৰোগে। হাহাকাৰময় পৰিৱেশ মাছমৰীয়াৰ মাজতো ৷ কিহৰ কাৰণে এইদৰে বিষাক্ত হৈ পৰিছে ৰাজ্যৰ জলস্তৰ? তাক লৈ এতিয়া সৃষ্টি হৈছে উৎকণ্ঠাৰ ৷

Leave A Reply

Your email address will not be published.