danewsplus.com
danewsplus.com

ৰাজ্যত অব্যাহত ক’ভিডৰ সংক্ৰমণ, নতুনকৈ আক্ৰান্ত ২৩৯জন

0 172

ডিজিটেল ডেক্সঃ ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ। শনিবাৰৰ দিনটোত নতুনকৈ ২৩৯জন ক’ভিডত আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছে।আক্ৰান্তসকলৰ ভিতৰত ৯৪জন লোক কামৰূপ মহানগৰ জিলাৰ।

ইপিনে, দিনটোত মুঠ ৩৫,৪৫০জন লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন হৈছে। আনহাতে, শনিবাৰৰ দিনটোত ক’ভিডত দুজন লোকৰ মৃত্যুৰ বিপৰীতে আক্ৰান্তৰ হাৰ হয়গৈ ০.৬৭% আৰু আৰোগ্যৰ হাৰ হয়গৈা ৯৮.৪৬%

Leave A Reply

Your email address will not be published.