danewsplus.com
danewsplus.com

দিল্লীত বিজেপিৰ বৈঠক, প্ৰধানমন্ত্ৰী মোদীকে ধৰি শীৰ্ষ নেতৃবৰ্গৰ অংশগ্ৰহণ

0 139

ডিজিটেল ডেস্কঃ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠক৷ ৰাজধানী দিল্লীত দেওবাৰে আয়োজন কৰা হৈছে এই বৈঠকৰ৷ এই বৈঠকত অংশগ্ৰহণ কৰিব দলৰ সভাপতি জে পি নাড্ডাকে ধৰি প্ৰধানমন্ত্ৰী মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আদিকে ধৰি শীৰ্ষ নেতাসকলে ৷

আন ভালেসংখ্যক নেতাই ভাৰ্ছুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰিব এই বৈঠকত ৷ এই বৈঠকত কেইখনমান ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনৰ ৰণকৌশলৰ লগতে অন্যান্য ভালেমান বিষয়ো আলোচনাৰ সম্ভাৱনা আছে ৷

Leave A Reply

Your email address will not be published.