danewsplus.com
danewsplus.com

গুৱাহাটীৰ দিছপুৰ উৰণীয়া সেতু উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

0 108

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে উদ্বোধন কৰা হ’ল দিছ্পুৰৰ ছুপাৰ মাৰ্কেট-লাষ্ট গেইট সংযোগী উৰণীয়া সেতু ৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে এই উৰণীয়া সেতুখন ৷ ১২৭ কোটি ২২ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে এই উৰণীয়া সেতুখন ৷

T আকৃতিৰ উৰণীয়া এই সেতুখনৰ দৈৰ্ঘ্য ১.২ কিলোমিটাৰ ৷ ২০১৯ চনৰ ৮ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা হৈছিল এই সেতুখনৰ ৷ এই সেতুৰ তলত পাৰ্কিঙৰো ব্যৱস্থা আছে ৷ এই সেতুখনে মহানগৰীৰ যান-জঁটৰ সমস্যা বহু পৰিমাণে দূৰ কৰিব বুলি আশা কৰা হৈছে ৷

Leave A Reply

Your email address will not be published.