danewsplus.com
danewsplus.com

গ্লাছগোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দুদিনীয়া কাৰ্যসূচীৰে গ্লাছগোত মোদী

0 151

ডিজিটেল ডেক্সঃ প্ৰধানমন্ত্ৰী মোদী বৰ্তমান গ্ৰেট ব্ৰিটেইনৰ গ্লাছগোত৷ ৰোমত অনুষ্ঠিত G-20 বৈঠকত অংশগ্ৰহণৰ পিছত দুদিনীয়া ভ্ৰমণসূচীৰে মোদী উপস্থিত হৈছে গ্লাছগোত৷

আজিৰে পৰা দুদিনীয়াকৈ গ্লাছগোত আৰম্ভ হ’ব ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ২৬সংখ্যক বৈঠক৷ এই বৈঠকত অংশগ্ৰহণ কৰিব মোদীয়ে৷ G-20ৰ ৰাষ্ট্ৰ গোষ্ঠীৰ লগতে ২০০ৰো অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব এই বৈঠকত৷

Leave A Reply

Your email address will not be published.