danewsplus.com
danewsplus.com

ৰাজ্যত অব্যাহত আছে ক’ৰোনাৰ সংক্ৰমণ

0 376

ডিজিটেল ডেক্সঃ ৰাজ্যত অব্যাহত আছে ক’ৰোনাৰ সংক্ৰমণ। দেওবাৰে ৰাজ্যত ক’ৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা হয়গৈ ২১২জন।তথ্য অনুসৰি কামৰূপ মহানগৰ জিলাত বৰ্তমানলৈকে আক্ৰান্ত হৈছে ৯৬জন লোক।

ইপিনে, বৰপেটাত ২৬, লখিমপুৰত ১৮জন আক্ৰান্ত হোৱাৰ বিপৰীতে,দেওবাৰে যোৰহাটত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা হয়গৈ ১৪জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত ৰাজ্যত ক’ৰোনাত মৃত্যু হৈছে এজনৰ। ৰাজ্যত বৰ্তমান সক্ৰিয় ক’ৰোনা ৰোগী ২,৩২৭জন।

Leave A Reply

Your email address will not be published.