danewsplus.com
danewsplus.com

বাক্সাত ‘বন বিভাগ মুৰ্দাবাদ’ ধ্বনিৰে উত্তাল প্ৰতিবাদ

0 365

ডিজিটেল সংবাদ মুছলপুৰঃ বাক্সা জিলাৰ মুছলপুৰ মহকুমাত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত থকাৰ সময়তে শনিবাৰে বন বিভাগৰ বিৰুদ্ধে ৰাইজ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ। দৈনিক জাক-জাক বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই আহিছে।

বিগত কিছুদিন ধৰি মুছলপুৰ মহকুমাৰ অন্তৰ্গত বৰিকাদঙাৰ পূৱ দিশেৰে বৈ যোৱা পাগলাদিয়া নদীৰ বালি চৰত বনৰীয়া হাতীৰ এটা বৃহত জাকে অৱস্থান কৰিছে ৷ হাতীৰ জাকটোৱে ক্ষতিসাধন কৰিছে বহু লোকৰ বাসগৃহৰ লগতে বিনষ্ট কৰিছে কৃষিভূমি ৷ হাতীৰ উপদ্ৰৱ ৰোধ কৰাত ব্যৰ্থ বন বিভাগৰ বিৰুদ্ধে অভিযোগ তুলি স্থানীয় লোকে সাব্যস্ত কৰে প্ৰতিবাদ ৷

Leave A Reply

Your email address will not be published.