danewsplus.com
danewsplus.com

কিয় হঠাৎ চিকিৎসাধীন হ’বলগীয়া হল ছুপাৰষ্টাৰ ৰজনীকান্ত?

0 612

ডিজিটেল ডেস্কঃ ছুপাৰষ্টাৰ ৰজনীকান্ত বৰ্তমান চিকিৎসাধীন ৷ চেন্নাইৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে ৰজনীকান্ত৷ কোনো জটিল ৰোগৰ বাবে নহয়, নিয়মীয়া স্বাস্থ্যপৰীক্ষাৰ বাবেহে তেওঁক এই হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি প্ৰকাশ ৷ এই হাস্পতালখনত এতিয়া কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা৷

ৰজনীকান্তৰ জনসম্পৰ্কৰক্ষী প্ৰৱন্ধকে প্ৰকাশ কৰা মতে তেওঁৰ স্বাস্থ্য ভালেই আছে৷ কোনো ধৰণৰ উৰা বাতৰিক বিশ্বাস নকৰিবলৈ অনুৰাগীসকলক তেওঁ অনুৰোধ জনাইছে ৷

Leave A Reply

Your email address will not be published.