danewsplus.com
danewsplus.com

অমিতাভ বচ্চনক ‘এমৱে ইণ্ডিয়াৰ’ ব্ৰেণ্ড এম্বেছেডৰ নিযুক্ত

0 455

ডিজিটেল ডেস্কঃ এমৱে ইণ্ডিয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্তি প্ৰদান কৰে বলিউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনক। জনপ্ৰিয় চিৰসেউজ এই অভিনেতা গৰাকীয়ে এমৱেৰ সৈতে চুক্তিবদ্ধ হৈ সুখী অনুভব কৰে।

তেও কয়, ব্ৰেণ্ডটোৰ জৰিয়তে দেশৰ অগণন পুৰুষ-মহিলা তথা যুৱ প্ৰজন্ম উদ্যমী হিচাপে জড়িত হৈ থকাৰ লগতে মহিলাসৱলীকৰণত বিশেষ ভুমিকা পালন কৰি আহিছে।

অভিনেতা জনৰ সহযোগীতাই ব্ৰেণ্ডটোৰ ভাৱধাৰা দেশৰ বিভিন্ন স্থানৰ লোকৰ মাজত অধিকভাৱে সোমাই পৰাত বিশেষ ভূমিকা পালন কৰিব বুলি মন্তব্য প্ৰকাশ কৰে এমৱে ইণ্ডিয়াৰ মুখ্য বিপণন বিষয়া অজয় খান্নাই।

Leave A Reply

Your email address will not be published.