danewsplus.com
danewsplus.com

অসমীয়া ছবি জগতলৈ সুখবৰ,‘আলধৰা-দ্য পাথ অব লাইফ’লৈ শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা

0 132

ডিজিটেল ডেস্কঃ অসমীয়া ছবি জগতলৈ সুখবৰ। ‘আলধৰা- দ্য পাথ অব লাইফ’ নামৰ চুটি ছবিখনে মাজুলীলৈ কঢ়িয়াই আনিলে গৌৰৱ।

দিল্লী আন্তৰ্জাতিক চুটি ছবি মহোৎসৱত ‘আলধৰা- দ্য পাথ অব লাইফ’লৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ ছবিৰ বঁটা ৷

মাজুলীৰ নতুন কমলাবাৰী সত্ৰত দৃশ্যগ্ৰহণ কৰা এই ছবিখনৰ পৰিচালক ভবেন হাজৰিকা ৷ ছবিখনৰ এই সাফল্যই আনন্দিত কৰি তুলিছে মাজুলীবাসীক ৷

Leave A Reply

Your email address will not be published.