danewsplus.com
danewsplus.com

পুনৰ বৃদ্ধি পাইছে কভিড সংক্ৰমণ, মহানগৰীৰ ৪ স্থানক কণ্টেইনমেণ্ট জ’ন ঘোষণা

0 106

ডিজিটেল ডেস্কঃ মহানগৰীত কভিড সংক্ৰমন বৃদ্ধি হোৱাৰ ফলত পুনৰ ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন।

গুৱাহাটীৰ ৪ স্থান ক্ৰমে এএছটিচিৰ ৱৰ্কশ্বপ, GMCH পথ, শ্ৰীমন্তপুৰ পথ, ৰূপ নগৰৰ মূল পথো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।

এই অঞ্চল সমুহত ৭ দিনৰ বাবে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব। ২৭ অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে এই নিৰ্দেশনা।

Leave A Reply

Your email address will not be published.