danewsplus.com
danewsplus.com

ছিকিউৰিটী গাৰ্ডৰ তাণ্ডৱ, পাৰ্কিং ষ্টিকাৰ নথকাৰ বাবে বাসিন্দাক আক্ৰমণ

0 90

ডিজিটেল ডেস্কঃ হাউছিং ছ’চাইটীৰ ছিকিউৰিটী গাৰ্ডৰ তাণ্ডৱ ৷ পাৰ্কিং ষ্টিকাৰ নথকাৰ বাবে বাসিন্দাক আক্ৰমণ ৷ লাঠিৰে গাড়ীৰ গৰাকীক মাৰপিট ৷ গাড়ীতো দিলে কোব ৷ নইদাৰ এটা হাউছিং ছ’চাইটীৰ এই ঘটনা ৷ আক্ৰমণৰ বলি হোৱা লোকজন এই হাউছিং ছ’চাইটীত ভাৰাতীয়া হিচাপে আছিল ৷

গাড়ীত পাৰ্কিং ষ্টিকাৰ নেদেখি তেওঁক প্ৰৱেশত বাধা দিয়ে ছিকিউৰিটী গাৰ্ডে ৷ তেওঁ প্ৰতিবাদ জনোৱাত এইদৰে তাণ্ডৱ চলালে ছিকিউৰিটী গাৰ্ডে ৷ আৰক্ষীয়ে বৰ্তমান ঘটনাৰ তদন্ত চলাই আছে ৷

Leave A Reply

Your email address will not be published.