danewsplus.com
danewsplus.com

সমাগত দীপাৱালী, প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ বিশেষ নিৰ্দেশনা

0 385

ডিজিটেল ডেস্কঃ পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথোঁ কেইটামান দিন ৷ চৌদিশে এতিয়া দীপাৱলী উদযাপনৰ ব্যাপক প্ৰস্তুতি ৷ দীপাৱালী উপলক্ষে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ বিশেষ নিৰ্দেশনা ৷ ৰাজ্যত সকলোধৰণৰ ফট্কা, ফুলজাৰি ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ৷ নিশা দুঘণ্টাহে ফুটিব পাৰিব ফট্কা ৷

সন্ধিয়া ৮ বজাৰ পৰা নিশা ১০ বজালৈ সময় নিৰ্ধাৰণ কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে। ইয়াৰ উপৰিও কেৱল সেউজীয়া ফট্কা বিক্ৰী,ক্ৰয়ৰহে অনুমতি প্ৰদান কৰিছে ৷

Leave A Reply

Your email address will not be published.