danewsplus.com
danewsplus.com

মাৰ্ঘেৰিটাত গোপনে চলিছে কয়লাৰ ব্যৱসায়, আৰক্ষীয়ে জব্দ কৰিলে বাহন

0 318

ডিজিটেল ডেস্কঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত গোপনে চলি আছে কয়লাৰ ব্যৱসায়৷ বিগত প্ৰায় দুবছৰে বন্ধ হৈ থকাৰ পিছতো একাংশ অসাধু ব্যৱসায়ীয়ে আৰক্ষীৰ চকুত ধুলি দি অব্যাহত ৰাখিছে চোৰাং কয়লাৰ ব্যৱসায়। সৰু-বৰ গাড়ীত কয়লা বোজাই কৰি ওপৰত বালি দি বিভিন্ন ইটাভাটালৈ চোৰাং কয়লাৰ সৰবৰাহ কৰি আহিছে একাংশই।

দেওবাৰে তেনে কৌশলেৰে কয়লা সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে এখন বাহন ৷ ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

Leave A Reply

Your email address will not be published.