danewsplus.com
danewsplus.com

গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত নৰ্থ ইষ্ট মেডিকেল এক্সপো

0 504

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত নৰ্থ ইষ্ট মেডিকেল এক্সপো ৷ দেশৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়, মেডিকেল চেণ্টাৰ আদিয়ে অংশগ্ৰহণ কৰিছে এই দুদিনীয়া এক্সপোত ৷

ক’ভিডে সৃষ্টি কৰা জৰুৰীকালনী অৱস্থাত ৰাইজক কিছু সকাহ দিয়াৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই এক্সপো ৷ চিকিৎসা সম্বন্ধীয় যিকোনো পৰামৰ্শৰ বাবে এই এক্সপোলৈ আহিবলৈ ৰাইজক আহ্বান জনাইছে আয়োজক সমিতিয়ে ৷

Leave A Reply

Your email address will not be published.