danewsplus.com
danewsplus.com

ৰাষ্ট্ৰীয় সাতোঁৰ প্ৰতিযোগিতাত অসমকন্যাৰ সাফল্য

0 549

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় সাতোঁৰ প্ৰতিযোগিতাত অসমকন্যাৰ সাফল্য ৷ শিৱসাগৰৰ আস্থা চৌধুৰীয়ে বাংগালুৰুত অনুষ্ঠিত ৪৭সংখ্যক গ্লেনমাৰ্ক জুনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত ১০০ মিটাৰ বাটাৰফ্লাই শাখাত ১.০২.৭১ ছেকেণ্ড সময় লৈ শীৰ্ষস্থান লাভ কৰে ৷

এই জয়েৰে তেওঁ ৰাষ্ট্ৰীয় জুনিয়ৰ আৰু ছিনিয়ৰ দুয়োটা শাখাৰ অভিলেখ ভংগ কৰে ৷ ১৭ বছৰীয়া আস্থাৰ এই সফলতাত শিৱসাগৰ ক্ৰীড়া সন্থা উৎফুল্লিত হয় লগতে খেলুৱৈ গৰাকীৰ উজ্ৱল ভৱিষ্যত কামনা কৰে ।

Leave A Reply

Your email address will not be published.