danewsplus.com
danewsplus.com

চিটী বাছ চালকৰ দৌৰাত্ম্যক লৈ কঠোৰ পৰিবহণ বিভাগ

0 555

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ ৰাজপথত যান-বাহন আইন নমনা চিটী বাছ চালকলৈ সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰৰ DTO গৌতম দাসৰ সকীয়নি ৷ নিৰ্দিষ্ট আস্থানৰ পৰিৱৰ্তে জধেমধে চিটী বাছ ৰখাই যাত্ৰী কঢ়িওৱা চালক-হেণ্ডিমেনৰ বিৰুদ্ধে কঠোৰ হোৱাৰ হুংকাৰ পৰিবহণ বিভাগৰ ৷

সকলোকে যান-বাহন আইন মানি চলি চৰকাৰক সহযোগ কৰিবলৈ আহ্বান জনালে সহকাৰী পৰিবহণ আয়ুক্তজনে ৷ তদুপৰি চিটী বাছৰ মালিকসকলকো পৰিবহণ বিভাগৰে সহযোগিতা কৰিবলৈ আহ্বান গৌতম দাসৰ ৷

Leave A Reply

Your email address will not be published.