danewsplus.com
danewsplus.com

ধুবুৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

0 552

ডিজিটেল ডেক্সঃ ধুবুৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷ গ্ৰেপ্তাৰ ২ সৰবৰাহকাৰীক৷ চহৰখনৰ বিদ্যাপাৰাৰ ৮ নম্বৰ ৱাৰ্ডৰ শ্বৰীফ আহমেদ নামৰ এজন লোকৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে নিশা জব্দ কৰে বহু পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন৷

শ্বৰীফ আহমেদৰ লগতে ভাতৃ আৰিফ আহমেদক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে বৰ্তমান জেৰা কৰি আছে৷

Leave A Reply

Your email address will not be published.