danewsplus.com
danewsplus.com

হাজোত শ শ মহিলাৰ থানা ঘেৰাও

0 124

ডিজিটেল সংবাদ হাজোঃ হাজোৰ এগৰাকী মহিলাক স্বামীয়ে হত্যা কৰা ঘটনাৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ৷ কেইবাশ মহিলাই আজি ঘেৰাও কৰিলে হাজো থানা৷ ৰাজপথত আবদ্ধ হৈ পৰিল শ শ যান-বাহন৷ ১৩ অক্টোবৰত লামডিঙৰ ৰে’লৱে কোৱাৰ্টাৰত দীপেন দাস নামৰ লোকজনে হত্যা কৰিছিল পত্নী কংকনা মজুমদাৰক৷

সাতমাহ পূৰ্বে হাজোৰ অভয়পূৰৰ দীপেন দাসে ৰামদিয়া উজানকুৰীৰ কংকনা মজুমদাৰৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। অভিযুক্ত দীপেন দাসৰ কঠোৰ শাস্তিৰ দাবী তুলি আজি এইদৰে প্ৰতিবাদ জনালে মহিলাসকলে৷

Leave A Reply

Your email address will not be published.