danewsplus.com
danewsplus.com

মেঘালয়ত এতিয়া উপ-নিৰ্বাচনৰ বতাহ, ৰাজ্যখনৰ ৩টা বিধানসভা সমষ্টিত হ’ব উপ-নিৰ্বাচন

0 477

ডিজিটেল ডেক্সঃ মেঘালয়ত এতিয়া উপ-নিৰ্বাচনৰ বতাহ৷ দেশৰ অন্যান্য ৰাজ্যৰ লগতে ৩০ অক্টোবৰত মেঘালয়ৰ তিনিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷ এই উপ-নিৰ্বাচনৰ বাবে অসম-মেঘালয় সীমান্তৱৰ্তী পশ্চিম গাৰোপাহাৰ জিলাৰ ৰাজাবালা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলালে NPP দলৰ প্ৰাৰ্থী আব্দুছ ছালেহে৷

পুৰাণ ভাইটবাৰী BNA মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই নিৰ্বাচনী সভাত দেখা গ’ল হাজাৰ হাজাৰ লোকক৷ মুখ্যমন্ত্ৰী কনৰাড চাংমাই অংশগ্ৰহণ কৰে এই নিৰ্বাচনী সভাত৷

Leave A Reply

Your email address will not be published.