danewsplus.com
danewsplus.com

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীলৈ সাহসিকতাৰ প্ৰমাণ-পত্ৰ, বঁটা

0 193

ডিজিটেল ডেস্কঃ বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীসকলক সাহসিকতাৰ প্ৰমাণ-পত্ৰ আৰু বঁটা প্ৰদান কৰা হৈছে৷ ৬৭সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠানত এইসকল বনকৰ্মীক ৰাজ্যৰ বন-বাহিনীৰ মুৰব্বী ড০ অলকা ভাৰ্গৱ আৰু বন্যপ্ৰাণী বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক ডঃ অমিত সাহাই প্ৰদান কৰে এই বঁটা আৰু প্ৰমাণ-পত্ৰ৷

উল্লেখ্য যে, যোৱা বছৰ অক্টোবৰ মাহৰ পৰা এই বছৰৰ ছেপ্টেম্বৰ মাহলৈ নামেৰী বন্যপ্ৰাণী ৰেঞ্জৰ বনকৰ্মীৰ দলটোৱে ভালেকেইটা চোৰাং চিকাৰী আটক কৰে৷

Leave A Reply

Your email address will not be published.