danewsplus.com
danewsplus.com

ধিঙত টেট শিক্ষয়িত্ৰীৰ বিৰুদ্ধে প্ৰমাণ-পত্ৰ জালিয়াতিৰ অভিযোগ

0 278

ডিজিটেল ডেক্সঃ নগাঁৱৰ ধিঙত টেট শিক্ষয়িত্ৰীৰ বিৰুদ্ধে প্ৰমাণ-পত্ৰ জালিয়াতিৰ অভিযোগ ৷ ৰুন্তী দাস নামৰ শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে উঠিছে এই অভিযোগ ৷

এই শিক্ষয়িত্ৰীগৰাকী কায়স্থ সম্প্ৰদায়ৰ যদিও অনুসূচিত জাতিৰ ভুৱা প্ৰমাণ-পত্ৰ ব্যৱহাৰ কৰি কৰিমগঞ্জৰ এখন প্ৰাথমিক বিদ্যালয়ত কাম কৰি থকাৰ অভিযোগ উঠিছে ৷

ইতিমধ্যে অনূসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে এজাহাৰ দাখিল কৰিছে শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে ৷

Leave A Reply

Your email address will not be published.