danewsplus.com
danewsplus.com

দূৰ হ’ল ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ হাহাকাৰ অৱস্থা, ৭ ঘণ্টা বন্ধ থকাৰ পিছত পুনৰ সচল ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম

0 538

ডিজিটেল ডেক্সঃ ৭ ঘণ্টাৰ মূৰত পুনৰ সচল হ’ল হোৱাটছএপ, ফেইচবুক, ইনষ্টাগ্ৰাম ৷ সোমবাৰে ৰাতি ৯ বজাত বিশ্বজুৰি হঠাৎ বন্ধ হৈ পৰে হোৱাটছএপ৷ ইয়াৰ লগে লগে ফেইচবুক আৰু ইনষ্টাগ্ৰামো স্তব্ধ হৈ পৰে৷ হাহাকাৰ লাগে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ মাজত৷

ইণ্টাৰনেট ছাৰ্ভাৰ বিকল হোৱাৰ বাবেই এইদৰে বন্ধ হৈ পৰে হোৱাটছএপ, ফেইচবুক, ইনষ্টাগ্ৰাম৷ ফেইচবুকৰ মালিকানাধীন এই এপকেইটাত একেই পৰিকাঠামো ব্যৱহাৰ কৰা হয় ৷ সেয়ে একে সময়তে বন্ধ হৈ পৰিল আটাইকেইটা এপ ৷

Leave A Reply

Your email address will not be published.