danewsplus.com
danewsplus.com

কাইলৈ হৰিদ্বাৰলৈ যাব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, সম্পূৰ্ণ ব্যক্তিগত কাৰ্যসূচীৰে কৰিব এই ভ্ৰমণ

0 165

ডিজিটেল ডেক্সঃ কাইলৈ হৰিদ্বাৰলৈ যাব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ সম্পূৰ্ণ ব্যক্তিগত কাৰ্যসূচীৰে উত্তৰাখণ্ডৰ এই তীৰ্থনগৰীত উপস্থিত হ’ব মুখ্যমন্ত্ৰী শৰ্মা৷

হৰিদ্বাৰত ব্যক্তিগত ধৰ্মীয় কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰাৰ কথা৷ অৱেশ্যে মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ বিস্তৃত কাৰ্যসূচী প্ৰকাশ কৰা হোৱা নাই৷ ইয়াৰ পূ্ৰ্বেও দুবাৰ ধৰ্মীয় কাৰ্যসূচীৰ বাবে ড° শৰ্মা হৰিদ্বাৰলৈ গৈছিল৷

Leave A Reply

Your email address will not be published.